Loading...
「ツール」は右上に移動しました。
利用したサーバー: wtserver3
654いいね 79625回再生

হিতাধিকাৰীৰ তালিকাত বিজেপিৰ মন্ত্ৰী-বিধায়কৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হোৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চৰ্চা

১৫ জনীয়া ৰাজসাহায্যযুক্তৰ হিতাধিকাৰী আঁচনিৰ তালিকাত বিজেপিৰ মন্ত্ৰী-বিধায়কৰ পত্নীৰ নাম অন্তৰ্ভুক্ত হোৱাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চৰ্চা। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পত্নী জুলী ডেকা বৰুৱা আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচাৰ্যক বাণিজ্যিক দুগ্ধপাম স্থাপনৰ বাবে ৫০ লাখ টকাৰ ৰাজসাহায্য দিলে চৰকাৰে। ইপিনে উত্তৰ লখিমপুৰৰ বুলি তালিকাত অন্তৰ্ভুক্ত হোৱা বাবুল গগৈৰ অস্তিত্ব নাই সমগ্ৰ লখিমপুৰত। মন্ত্ৰী-বিধায়কৰ পত্নীক ক্লীনশ্বীট দি প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। ‘প্ৰতিদিন টাইম’ত সম্প্ৰচাৰ হোৱা বাতৰিৰ পিছত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যইও খুলিলে মুখ।


#PratidinTime #AssamNews #assam #jayantamallabaruah #HimantaBiswaSarma
#SiddharthaBhattacharya

コメント